Ranju hazarika biography of albert

  • Ranju hazarika biography of albert
  • Ranju hazarika biography of albert

  • aziz and cucher dystopia series ee
  • Ranju hazarika biography of albert einstein
  • Ranju hazarika biography of albert bandura
  • Biography of albert einstein
  • Ranju hazarika biography of albert hall
  • Ranju hazarika biography of albert bandura.

    ৰঞ্জু হাজৰিকা

    ৰঞ্জু হাজৰিকা

    ৰঞ্জু হাজৰিকা, ২০১৯ চন
    জন্মকুমুদ চন্দ্ৰ হাজৰিকা
    ২৪ জুলাই, ১৯৫২ (৭২ বছৰ)
    মোনাবাৰী চাহ বাগিছা, শোণিতপুৰ, অসম
    ভাষাঅসমীয়া
    ৰাষ্ট্ৰীয়তাভাৰতীয়
    নাগৰিকত্বভাৰতীয়
    ধৰণথ্ৰিলাৰ, সামাজিক, ভৌতিক, কল্পবিজ্ঞান, শিশু সাহিত্য, অভিযান
    উল্লেখনীয়&#;কৰ্মৰাজিজুলু, এটা দ্বীপ সাতটা কবৰ, উত্তৰ ফাল্গুনী
    উল্লেখযোগ্য&#;বঁটাৰহস্য সম্ৰাট (২০০৮)
    প্ৰেৰণা বঁটা (২০০৮)
    সাহিত্য বঁটা (২০১১)[1]
    অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (২০২১)
    শিশু সাহিত্য অকাডেমি বঁটা, ২০২৪
    দাম্পত্যসংগীপ্ৰণিতা হাজৰিকা (১৯৮৪-)
    সন্তানএজন পুত্ৰ, এগৰাকী কন্যা

    ৰঞ্জু হাজৰিকা (ইংৰাজী: Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা